>
CUET (UG)
>
Assamese
List of top Assamese Questions asked in CUET (UG)
অসমীয়া গীতৰ সৃষ্টিক একাদিক্ৰমে সজোৱাঁ
A. চৰ্যাপদ
B. বৰগীত
C. মনসা গীত
D. জ্যোতি সংগীত
শুদ্ধ ক্ৰমটো হৈছে:
CUET (UG) - 2026
CUET (UG)
Assamese
Literary History and Authors
ৰঘুনাথ চৌধাৰীয়ে ৰচনা কৰা কবিতাৰ থূল বাছি উলিওৱা ---
A. নাটঘৰ
B. কেতেকী
C. দহিকতৰা
D. বনফুল
শুদ্ধ ক্ৰমটো হৈছে:
CUET (UG) - 2026
CUET (UG)
Assamese
Poetry
তলৰ কোনটো শব্দৰ কেৱল স্ত্ৰীবাচক ৰূপহে পোৱা যায় ?
CUET (UG) - 2026
CUET (UG)
Assamese
Grammar
দ্বিভাষীক পৰিস্থিতিয়ে ভাষাৰ কি পথ সুচল কৰে ?
CUET (UG) - 2026
CUET (UG)
Assamese
Reading Comprehension
অধিবাসীয়ে নিজৰ ভাষা এৰি কিয় আনৰ ভাষা কিয় গ্ৰহণ কৰে ?
CUET (UG) - 2026
CUET (UG)
Assamese
Reading Comprehension
‘I’ স্তম্ভৰ সৈতে ‘II’ স্তম্ভ মিলোৱাঁ
স্তম্ভ-I
স্তম্ভ-II
A. শিল্পী মোৰ মনেৰে তই
শিল্পী মোৰ প্ৰাণেৰে তই
শিল্পী মোৰ গানেৰে
সুৰেৰে ছবিৰে
I. বৃত্তানুপ্ৰাস
B. মৃত্যু কুশল কুশল কোঁৱৰে
বিলাই জীৱন ধন।
II. অত্যানুপ্ৰাস
C. মোৰ বাবে তুমি
নুকুবা মালতী ফুল
III. বক্ৰোক্তি
D. পাৰ্বতী দুৱাৰত সেয়া কোন ?
-শূলী
IV. যমক
তলত দিয়া শুদ্ধ উত্তৰটো বাছি উলিওৱাঁ:
CUET (UG) - 2026
CUET (UG)
Assamese
Poetry
লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা গল্পৰ থূল নিৰ্ণয় কৰা ---
A. এন্দুৰ
B. ধোঁৱাখোৰা
C. পাতমুগী
D. কাঠনিবাৰীৰ ঘাট
শুদ্ধ ক্ৰমটো হৈছে:
CUET (UG) - 2026
CUET (UG)
Assamese
Literary History and Authors
গোলোক চন্দ্ৰ গোস্বামীৰ ৰচিত ব্যাকৰণৰ শুদ্ধ থুলটো নিৰ্ণয় কৰাঁ
A. অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ
B. অসমীয়া ব্যাকৰণ
C. গোলোক ব্যাকৰণ
D. বহল ব্যাকৰণ
তলৰ শুদ্ধ থুলটো বাছি উলিওৱাঁ:
CUET (UG) - 2026
CUET (UG)
Assamese
Literary History and Authors
তলৰ কোনটো শব্দত মূৰ্ধন্য 'ণ' হ'ব-
CUET (UG) - 2026
CUET (UG)
Assamese
Grammar
'অভাৰ' শব্দটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো নিৰ্বাচন কৰা -
CUET (UG) - 2026
CUET (UG)
Assamese
Vocabulary
কোনটো শব্দৰ পুংলিঙ্গ নাই -
CUET (UG) - 2026
CUET (UG)
Assamese
Grammar
কোনবিধ সাহিত্য প্ৰথমে সৃষ্টি হৈছে -
CUET (UG) - 2026
CUET (UG)
Assamese
Literary History and Authors
কোনখন নাটক জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাই -
CUET (UG) - 2026
CUET (UG)
Assamese
Literary History and Authors
'কঁথা' শব্দটোৰ প্ৰকৃত অৰ্থ-
CUET (UG) - 2026
CUET (UG)
Assamese
Vocabulary
'চকু চৰহা' - এই খণ্ডবাক্যটোৰ অৰ্থ-
CUET (UG) - 2026
CUET (UG)
Assamese
Idioms and Proverbs
তলত উল্লেখ কৰা কোনটো ভাৱবোধক বাক্য -
CUET (UG) - 2026
CUET (UG)
Assamese
Grammar
তলত উল্লেখ কৰা কোনটো জটিল বা মিশ্ৰ বাক্য -
CUET (UG) - 2026
CUET (UG)
Assamese
Grammar
তলত উল্লেখ কৰা কোনটোত সন্ধি নহয় -
CUET (UG) - 2026
CUET (UG)
Assamese
Grammar
তলৰ কোনটো বাক্য শুদ্ধ -
CUET (UG) - 2026
CUET (UG)
Assamese
Grammar
'গছত গৰু উঠা' - এই খণ্ডবাক্যটোৰ অৰ্থ -
CUET (UG) - 2026
CUET (UG)
Assamese
Idioms and Proverbs
'ৰি:বি গাচৌং' কোন জনগোষ্ঠীৰ সাজপাৰ ?
CUET (UG) - 2026
CUET (UG)
Assamese
Culture and Folklore
'সূৰুযমুখীৰ স্বপ্ন' উপন্যাসখনৰ ৰচকজন ---
CUET (UG) - 2026
CUET (UG)
Assamese
Literary History and Authors
'গোলাপী জামুৰ লগ্ন' কবিতাৰ কবিজন----
CUET (UG) - 2026
CUET (UG)
Assamese
Poetry
'আঁঠুৰাৰ তলৰ মহ ' জতুৱা ৰূপটোৰ অৰ্থ হৈছে -
CUET (UG) - 2026
CUET (UG)
Assamese
Idioms and Proverbs
''গুণমালা'' নামৰ পুথিখন কোনে ৰচনা কৰে -
CUET (UG) - 2026
CUET (UG)
Assamese
Literary History and Authors
Prev
1
2
Next