| স্তম্ভ-I | স্তম্ভ-II |
|---|---|
| A. শিল্পী মোৰ মনেৰে তই শিল্পী মোৰ প্ৰাণেৰে তই শিল্পী মোৰ গানেৰে সুৰেৰে ছবিৰে | I. বৃত্তানুপ্ৰাস |
| B. মৃত্যু কুশল কুশল কোঁৱৰে বিলাই জীৱন ধন। | II. অত্যানুপ্ৰাস |
| C. মোৰ বাবে তুমি নুকুবা মালতী ফুল | III. বক্ৰোক্তি |
| D. পাৰ্বতী দুৱাৰত সেয়া কোন ? -শূলী | IV. যমক |

| A. হে ঈশ্বৰ তুমি হোৱা জীৱন পোহৰ । দেখোমানে আচৰিত বস্তু জগতৰ ।। | I. জুমুৰি ছন্দ |
| B. বহুদূৰ বাট বুলি ৰ'লা কিয় ল'ৰা তুমি মূৰ কপালত হাত থয় । | II. লেচাৰি ছন্দ |
| C. হেন শুনি জাম্বৱন্ত । ধায়া মহা বলবন্ত ।। | III. দুলড়ি ছন্দ |
| D. জানকীৰ হেতু বান্ধিলাহা নাথ দহিলা লংকা নগৰী । | IV. পদ ছন্দ |