>
CUET (UG)
>
Assamese
List of top Assamese Questions asked in CUET (UG)
'সংযোগ' শব্দৰ বিপৰীতাৰ্থক শব্দ হৈছে -
CUET (UG) - 2026
CUET (UG)
Assamese
Vocabulary
১৮৪৬ চনত প্ৰকাশ পোৱা অসমীয়া আলোচনীখন হ'ল -
CUET (UG) - 2026
CUET (UG)
Assamese
Literary History and Authors
চিহ্নযাত্ৰা কাৰ সৃষ্টি -
CUET (UG) - 2026
CUET (UG)
Assamese
Literary History and Authors
তলত কোনটো শব্দই এবিধ বাদ্যযন্ত্ৰ বুজাইছে ?
CUET (UG) - 2026
CUET (UG)
Assamese
Vocabulary
বধকাব্য কোনে ৰচনা কৰে -
CUET (UG) - 2026
CUET (UG)
Assamese
Literary History and Authors
তলৰ কোনটো শব্দত সন্ধিৰ নিয়ম নাখাটে ?
CUET (UG) - 2026
CUET (UG)
Assamese
Grammar
ৰাম নৱমী নাটখনি কোনে ৰচনা কৰে-
CUET (UG) - 2026
CUET (UG)
Assamese
Literary History and Authors
জোনাকী কাকতে অসমীয়া ভাষালৈ কি জোৱাৰ আনিলে ?
CUET (UG) - 2026
CUET (UG)
Assamese
Reading Comprehension
ভাৰ্নেকুলাৰ স্কুলৰ শিক্ষাৰে প্ৰভাৰিত প্ৰবাহটোৰ প্ৰতিনিধি কোন আছিল?
CUET (UG) - 2026
CUET (UG)
Assamese
Reading Comprehension
বেজবৰুৱাই বিদেশী শব্দ অসমীয়া ভাষাত সোমালে ভাষাটো কি হয় বুলি কৈছে ?
CUET (UG) - 2026
CUET (UG)
Assamese
Reading Comprehension
বেজবৰুৱাই অসমীয়া ভাষাৰ সমৃদ্ধিৰ বাবে কি পৰামৰ্শ দিছিল ?
CUET (UG) - 2026
CUET (UG)
Assamese
Reading Comprehension
শংকৰদেৱৰ কাব্যত অসমীয়া ভাষাৰ কি কি উপাদান থপাৰ বাবে সোণত সোৰগাৰ দৰে হৈছে ?
CUET (UG) - 2026
CUET (UG)
Assamese
Reading Comprehension
অসমৰ অধিবাসীসকলে খিলঞ্জীয়া বুলি কিয় দাবী কৰিব নোৱাৰে ? কাৰণ ---
CUET (UG) - 2026
CUET (UG)
Assamese
Reading Comprehension
অসমত উমৈহতীয়া ভাষাৰ প্ৰয়োগ কিয় হৈছিল ?
CUET (UG) - 2026
CUET (UG)
Assamese
Reading Comprehension
দ্বিভাষীক পৰিস্থিতি সৃষ্টি হোৱাৰ কাৰণ ----
CUET (UG) - 2026
CUET (UG)
Assamese
Reading Comprehension
‘I’ স্তম্ভৰ সৈতে ‘II’ স্তম্ভ মিলোৱাঁ
স্তম্ভ-I
স্তম্ভ-II
A. কবিতা
I. প্ৰকাশভঙ্গী
B. নাটক
II. সুৰ
C. গীত
III. অভিনয়
D. উপন্যাস
IV. ছন্দ
তলত দিয়া শুদ্ধ উত্তৰটো বাছি উলিওৱাঁ:
CUET (UG) - 2026
CUET (UG)
Assamese
Literary History and Authors
‘I’ স্তম্ভৰ সৈতে ‘II’ স্তম্ভ মিলোৱাঁ
স্তম্ভ-I
স্তম্ভ-II
A. অৰুনোদই
I. অঙ্কীয়া নাট
B. জন্মযাত্ৰা
II. সংবাদপত্ৰ
C. সাগৰ দেখিছা
III. উপন্যাস
D. জীৱনৰ বাটত
IV. কবিতা পুথি
তলত দিয়া শুদ্ধ উত্তৰটো বাছি উলিওৱাঁ:
CUET (UG) - 2026
CUET (UG)
Assamese
Literary History and Authors
‘I’ স্তম্ভৰ সৈতে ‘II’ স্তম্ভ মিলোৱাঁ
স্তম্ভ-I
স্তম্ভ-II
A. ছাত্ৰ
I. বৰ্গ
B. শিয়াল
II. হাল
C. বন্ধু
III. জাক
D. গৰু
IV. বৃন্দ
তলত দিয়া শুদ্ধ উত্তৰটো বাছি উলিওৱাঁ:
CUET (UG) - 2026
CUET (UG)
Assamese
Vocabulary
‘I’ স্তম্ভৰ সৈতে ‘II’ স্তম্ভ মিলোৱাঁ
স্তম্ভ-I
স্তম্ভ-II
A. হে ঈশ্বৰ তুমি হোৱা জীৱন পোহৰ ।
দেখোমানে আচৰিত বস্তু জগতৰ ।।
I. জুমুৰি ছন্দ
B. বহুদূৰ বাট বুলি ৰ'লা কিয় ল'ৰা তুমি
মূৰ কপালত হাত থয় ।
II. লেচাৰি ছন্দ
C. হেন শুনি জাম্বৱন্ত ।
ধায়া মহা বলবন্ত ।।
III. দুলড়ি ছন্দ
D. জানকীৰ হেতু বান্ধিলাহা নাথ
দহিলা লংকা নগৰী ।
IV. পদ ছন্দ
তলত দিয়া শুদ্ধ উত্তৰটো বাছি উলিওৱাঁ:
CUET (UG) - 2026
CUET (UG)
Assamese
Poetry
অসমীয়া গদ্যৰ বিকাশৰ ক্ৰম অনুসৰি সজোৱাঁ
A. ভট্টদেৱৰ গদ্য
B. বেৰহাৰিক পুথিৰ গদ্য
C. অংকীয়া নাটৰ গদ্য
D. বুৰঞ্জীৰ গদ্য
শুদ্ধ ক্ৰমটো হৈছে:
CUET (UG) - 2026
CUET (UG)
Assamese
Literary History and Authors
তলৰ বাক্যাংশৰ যোগেদি শুদ্ধ ক্ৰমত এটা বাক্য সজোৱাঁ
A. কৃষ্ণৰ আগত
B. কৈ দিলে
C. ব্যাস মুনিৰ বিষয়ে
D. নাৰদে
শুদ্ধ ক্ৰমটো হৈছে:
CUET (UG) - 2026
CUET (UG)
Assamese
Sentence Rearrangement
অসমীয়া বছৰটোৰ আৰম্ভণিৰপৰা অনুষ্ঠিত হোৱা উৎসৱ ক্ৰম অনুসৰি সজোৱা--
A. ফাকুৱা
B. অম্বুবাচী
C. ৰঙালী বিহু
D. শঙ্কৰদেৱৰ জন্ম উৎসৱ
শুদ্ধ ক্ৰমটো হৈছে:
CUET (UG) - 2026
CUET (UG)
Assamese
Culture and Folklore
মামণি ৰয়চম গোস্বামীয়ে ৰচনা কৰা গ্ৰন্থৰ শুদ্ধ থুলটো নিৰ্ণয় কৰাঁ
A. অগ্নিস্নান
B. দঁতাল হাতী উৰেঁ খোৱা হাওদা
C. নীলকণ্ঠ ব্ৰজ
D. মৃত্যুঞ্জয়
তলৰ শুদ্ধ থুলটো বাছি উলিওৱাঁ:
CUET (UG) - 2026
CUET (UG)
Assamese
Literary History and Authors
অসমীয়া নাটক ৰচনা কৰা শ্ৰেণীৰ ক্ৰম অনুসৰি সজোৱাঁ
A. এবছাৰ্দ নাট
B. সামাজিক নাট
C. অঙ্কীয়া নাট
D. লোকনাট
শুদ্ধ ক্ৰমটো হৈছে:
CUET (UG) - 2026
CUET (UG)
Assamese
Literary History and Authors
কমলা ফলৰ সাদৃশ্যতাৰ আধাৰত শুদ্ধ থুলটো নিৰ্ণয় কৰাঁ
A. সুমথিৰা
B. আপেল
C. কল
D. সন্তৰা
তলৰ শুদ্ধ থুলটো বাছি উলিওৱাঁ:
CUET (UG) - 2026
CUET (UG)
Assamese
Vocabulary
Prev
1
2
Next